এবাৰ মুখত দিলে পাহৰিব নোৱৰা তেজপুৰৰ লিচু পুনৰ ওলাইছে লণ্ডনৰ বজাৰলৈ ৷ একোটা লিচুৰ দাম ২৫ ৰ পৰা ১০০ টকা ৷