Surprise Me!

মহিলাৰ প্ৰৱেশ নিষিদ্ধ মিচিংসকলৰ এখন বিশেষ পূজা

2025-05-30 1 Dailymotion

প্ৰতি বছৰে ১৫ জেঠত মিচিংসকলে পালন কৰে এই পূজা । আজিৰ দিনটোত ৰাইজে তেল-মচলা নিদিয়াকৈ এসাজ আহাৰ গ্ৰহণ কৰে পূজাস্থলীত ৷