মেটমৰা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অসমৰ এখন জিলা । যাৰ সৌন্দৰ্য দুগুণে বঢ়াইছে এখন সেউজীয়া দলিচাই । ইয়াকে লৈ আমাৰ এক প্ৰতিবেদন ।