Surprise Me!

এয়া হৈছে কামৰ নমুনা ! মুষলধাৰ নহয়.. কিনকিনিয়া বৰষুণতেই খহিল কোটিটকীয়া মথাউৰি

2025-05-31 6 Dailymotion

কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মথাউৰিৰ ভয়ংকৰ অৱস্থা । ভৰ বাৰিষা অহাৰ আগতেই খহিছে মথাউৰি । শংকিত নৈপৰীয়া ৰাইজ ।