Surprise Me!

নলবাৰীৰ বীণাপাণি ডেকাক প্ৰদান ৰাষ্ট্ৰীয় ফ্ল'ৰেন্স নাইটিংগেল বঁটা ২০২৫

2025-06-01 20 Dailymotion

দেশৰ ১৫ গৰাকী চিকিৎসাকৰ্মীক প্ৰদান কৰা হয় ২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় ফ্ল'ৰেন্স নাইটিংগেল বঁটা । তাৰ ভিতৰত আছে অসমৰ একমাত্ৰ জ্যেষ্ঠ চিকিৎসাকৰ্মী বীণাপাণি ডেকা ।