Surprise Me!

৪ জুনত পৰিব বাইকত কিক: এইবাৰ ইউৰোপৰ অকোৱা-পকোৱা মাউণ্টেইন পাছত চলিব মীনাক্ষীৰ বাইক

2025-06-02 1 Dailymotion

বাইক ৰাইডাৰ মীনাক্ষী দাসে এইবাৰ ভ্ৰমণ কৰিব ইটালী, শ্ল’ভেনিয়া, অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড, জাৰ্মানী আৰু ফ্ৰান্সকে ধৰি ইউৰোপৰ বহুকেইখন দেশ ৷