Surprise Me!

বিশ্ব বাইচাইকেল দিৱস: এখন চাইকেল আৰু ছমাহত ৬২ কিঃগ্ৰাঃ ওজন কমোৱা এজন যুৱকৰ জীৱন, এক ৰূপান্তৰৰ কাহিনী

2025-06-03 66 Dailymotion

বিনয়ৰ ভাষাত, "চাইকেলখনে মোক উদ্ধাৰ কৰিলে । মই ১৪২ কিলোগ্ৰাম আছিলোঁ । ১৪২ কিলোগ্ৰামৰ পৰা মই চাইকেল চলাই ওজন ৮০ কেজিলৈকে আনিবলৈ সক্ষম হ’লোঁ ৷”