বিৰোধী ঐক্যৰ মিত্ৰতা হ'লেও এ আই ইউ ডি এফৰ সৈতে নকৰাৰ ইংগিত গৌৰৱ গগৈৰ । এই মিত্ৰতাৰ বিৰোধিতাক ভূপেন বৰাৰ সফলতা আখ্যা গৌৰৱ গগৈৰ ।