Surprise Me!

ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; মঙলবাৰে পুনৰ বানত ৬ গৰাকী লোকৰ মৃত্যু

2025-06-04 9 Dailymotion

ৰাজ্যত বানত ক্ষতিগ্ৰস্ত ২১খন জিলাৰ ৬.৩৩ লাখৰো অধিক লোক ৷ বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰকে ধৰি ৭ খন নদীৰ জলস্তৰ ৷