Surprise Me!

বৰাক উপত্যকাক বিজেপিয়ে এ টি এমৰ দৰে ব্যৱহাৰ কৰিছে: গৌৰৱ গগৈ

2025-06-05 8 Dailymotion

এইবাৰ আমাৰ মূল লক্ষ্য হ'ল ২০১৬ চনৰ পাছত ৰাজ্যত বৃদ্ধি পোৱা ছিণ্ডিকেট ৰাইজৰ সন্মুখত ফাদিল কৰা ৷ কাছাৰত ছিণ্ডিকেটৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ ।