সাধাৰণ জনতাৰ উপৰি প্ৰাক্তন পৌৰপতিৰ বিৰুদ্ধেও অবৈধভাৱে বহু চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।