সমগ্ৰ দেশৰ লগতে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস পালন ৷ অনুষ্ঠানত কেইবাটাও বিষয়ত মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷