জলবায়ু পৰিৱৰ্তনৰ ফলত বিশ্ববিখ্যাত অসমৰ চাহলৈ অশনি সংকেত নামি আহিছে । বিশ্ব পৰিৱেশ দিৱসত ই এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচিত হৈছে ।