দেশৰ ১০৮ খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত স্থান লাভ চিখৌনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ । মুকলি কৰা হয় অসমৰ প্ৰথম পখিলা সংগ্ৰহালয়, সংৰক্ষণ আৰু গৱেষণা কেন্দ্ৰ ।