স্বামীৰ পৰকীয়া প্ৰেমৰ বাবেই চৰমপন্থা ল'লে পত্নীয়ে । কণমানি পুত্ৰৰ সন্মুখতে পত্নীৰ ছুৰীকাঘাতত আহত স্বামী ।