Surprise Me!

ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পূৰ্বৰ ৰেকৰ্ড ভংগ কৰিলে মানাহ ৰাষ্ট্ৰীয় উদ্যানে

2025-06-08 4 Dailymotion

মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ পৰা ২০২৪-২৫ পৰ্যটন বৰ্ষত ১.৫৮ কোটি টকা ৰাজহ সংগ্ৰহ উদ্যান কৰ্তৃপক্ষৰ । বৃদ্ধি পাইছে জীৱ-জন্তুৰ সংখ্যা ।