পাৰ্কিং মাচুলৰ বাবে এতিয়া চিন্তা কৰিব নালাগে । দুচকীয়া আৰু তিনিচকীয়া বাহনৰ পাৰ্কিং বিনামূলীয়া কৰা হৈছে ।