Surprise Me!

ৱাইন শ্বপৰ মালিকৰ মোমায়েকৰ পৰা 'এপেকেট' বিচাৰি আৰক্ষী পৰিল ৰোষত

2025-06-12 3 Dailymotion

ভাগিনীয়েকৰ ৱাইন শ্বপৰ বাবে আৰক্ষীয়ে মোমায়কক ধন দাবী কৰাৰ অভিযোগ লখিমপুৰৰ এজন শিক্ষকৰ । ঘটনাক লৈ ইতিমধ্যে আৰক্ষীৰ শীৰ্ষ মহলে চলাইছে তদন্ত ।