সাম্প্রদায়িক উত্তেজনা বিয়পোৱা অপশক্তি যদি বাংলাদেশী,তেন্তে তাৰ বাবে গৃহমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ চূড়ান্ত ব্যর্থতা। ধুবুৰীত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাৱলী সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।