চাৰিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ সচিবালয়ত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ২০৬ কোটি টকাৰে ডিব্ৰুগড়ত নিৰ্মাণ হ'বলগা AMCH ৰ চিটি হাস্পতালৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ ।