আৰু কেইটামান দিনৰ পাচতে মা কামাখ্যা মন্দিৰত হ’ব অম্বুবাচীৰ মহাযোগ ৷ পথ আৰু প্ৰৱেশৰ সময় নিৰ্ধাৰণ কৰিছে মন্দিৰ কৰ্তৃপক্ষৰ লগতে মহানগৰ আৰক্ষী প্ৰশাসনে ৷