ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰণালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন হস্ততাঁত শিল্প পৰ্যটন গাঁৱৰ শিপিনীৰ দুৰৱস্থা ! উপযুক্ত বজাৰ-দামৰ অভাৱত বাকচতে পৰি ৰৈছে লাখ টকাৰ এড়ী কাপোৰ ।