Surprise Me!

সাত দিন ধৰি অহৰহ গেছ নিৰ্গমন; ভটীয়াপাৰস্থিত ONGC ৰিগত ৰাইজৰ প্ৰতিবাদ

2025-06-18 2 Dailymotion

শিৱসাগৰৰ ভটীয়াপাৰস্থিত ONGCৰ আৰ ডি এছ ১৪৭ (ক) ৰিগত সাতদিনে অহৰহ নিৰ্গমন হৈ আছে গেছ । ২৪ ঘণ্টাই হৈ আছে প্ৰচণ্ড শব্দ ।