নগাঁৱতেই বিষ্ণুপ্ৰসাদ ৰাভা সাংস্কৃতিক গৱেষণা কেন্দ্ৰ স্থাপনৰ আহ্বান বিষ্ণুৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাৰ । জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, বিধায়ক ৰূপক শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হেমৰাজ ৰাভা ।