বিশ্ব বজাৰত বহুল সমাদৃত অসমৰ অৰ্থডক্স চাহলৈ আহিছে ডাঙৰ ভাবুকি । ইজৰাইল-ইৰাণৰ যুদ্ধই কিদৰে প্ৰভাৱ পেলাইছে পাৰে অসমৰ চাহ উদ্যোগত ? এক প্ৰতিবেদন ।