আনাৰস উৎপাদনৰে চহকী অসমৰ বঙাইগাঁও জিলাৰ এখন বিশেষ জনজাতি প্ৰধান গাঁৱৰ মহিলা ৷ মাতৃপ্ৰধান জনগোষ্ঠীৰ মহিলাসকলে নিজাববীয়া উদ্যোগত মোকলাইছে স্বাৱলম্বিতাৰ বাট ।