এজাক বৰষুণতে ভয়ংকৰ কৃত্ৰিম বানৰ কৱলত দ্বিতীয় ৰাজধানী । চহৰখনৰ ২২ টা ৱাৰ্ডতে কৃত্ৰিম বান । বুৰিছে প্ৰায়বোৰ বিদ্যালয় ।