উখল-মাখল হৈ পৰিল বৰঝাৰ বিমানবন্দৰৰ চৌহদ । বিতৰ্কিত বিদেশ ভ্ৰমণৰ অন্ত পেলাই অসমলৈ প্ৰত্যাৱৰ্তন কৰিলে গুৰুকৃষ্ণ আৰু গুৰুপত্নীয়ে ।