জৰুৰীকালীন অৱস্থাত যুদ্ধ বিমান অৱতৰণৰ বাবে নিৰ্মাণ কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো ৰাষ্ট্ৰীয় ঘাইপথ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।