গোলাঘাটত স্থাপন হ'ব ভাৰতবৰ্ষৰ প্ৰথমটো বায়'-ৰিফাইনেৰী প্ৰকল্প । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব এই ৰিফাইনেৰী ।