চকুলো মোহাৰি মোহাৰি জীৱন জিনাৰ চেষ্টা চলাইছে দিব্যাংগসকলে । খোজকঢ়াৰ শক্তি নাথাকিলেও গেলামালৰ দোকান দি আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা অভিনেত্ৰী বিউটি গগৈৰ ।