কলিয়াবৰৰ অংগনৱাড়ী কৰ্মীৰে গঠিত জাগৰণ পুতলা নাচৰ দলে কৰিছে প্ৰশংসনীয় কাম ৷ মানুহৰ মাজত সজাগতা বিয়পোৱাৰ সুন্দৰ উপায় এই পুতলা নাচ ৷