কুটীৰ শিল্পৰে বিশ্বমুখী হোৱাৰ চেষ্টা বিশেষভাৱে সক্ষম যুৱকৰ । উচ্চ শিক্ষিত হৈয়ো কুটীৰ শিল্পৰে স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে এজন বিশেষভাৱে সক্ষম যুৱকে ।