পুৱাৰে পৰা লখিমপুৰৰ তিনিটাকৈ স্থানত একেলগে চলিল উচ্ছেদ অভিযান । বিশাল আৰক্ষী বাহিনীৰ সহযোগত প্ৰশাসনে মুক্ত কৰিলে প্ৰায় তিনিশ বিঘা চৰকাৰী ভূমি ।