ডিব্ৰুগড়ত গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ উত্তপ্ত খোৱাং উন্নয়ন খণ্ডৰ কাৰ্যালয় । চেপন পঞ্চায়তত অনিয়মৰ অভিযোগ নিৰ্বাচিত চাৰি সদস্যৰ ।