গোলাঘাটৰ এখন বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ । শিক্ষাৰ্থীসকলক নিয়মিত পাঠদানৰ সমান্তৰালকৈ দিছে তাঁতশালৰ প্ৰশিক্ষণ ।