প্ৰখৰ ৰ'দেই হওক বা মূষলধাৰ বৰষুণ, একোৱেই যেন তলাব নোৱাৰে চহা কৃষকৰ দেহা । ঐনিতমৰ সুৰ টানি গুজিলে সোণগুটিৰ বীজ ।