সংখ্যালঘু সংগঠন এ বি এমছুৰ কাৰ্যকৰী সভাপতি মাইনুদ্দিন আলীয়ে অসমতে অসমীয়া ভাষাক সংখ্যালঘু কৰাৰ হুংকাৰ দিয়াক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।