কুঁহিয়াৰ খেতিৰ বিপ্লৱে মাদৈকাটা গাঁৱৰ দৃশ্যপট সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছে । প্ৰায় ১২০০ কৃষকে হাজাৰ হাজাৰ বিঘা মাটিত কুঁহিয়াৰৰ খেতি কৰি সমৃদ্ধিৰ বাট বুলিছে ।