বোকাখাত সমষ্টিৰ মহুৰামুখৰ অফলাত মিচিং বোলছবিৰ মহুৰত। প্ৰথমবাৰৰ বাবে অতি ভিতৰুৱা অঞ্চলত আৰম্ভ হৈছে মিচিং বোলছবিৰ দৃশ্যগ্ৰহণৰ কাম ।