Surprise Me!

মুখ্যমন্ত্রীক শান্তিত থাকিবলৈ দিয়া নহ'ব; উচ্ছেদিতৰ মাজত এজনো বাংলাদেশী আছে যদি চৰকাৰক দেখুৱাই দিয়াৰ চেলেঞ্জ

2025-07-11 6 Dailymotion

লখিমপুৰৰ তিনিটা স্থানত উচ্ছেদ কৰাসকলৰ ভিতৰত এজনো যদি বাংলাদেশী আছে চৰকাৰে দেখুৱাই দিয়ক। যদি নাই তেন্তে কিয় খিলঞ্জীয়া লোকক উচ্ছেদ কৰা হ'ল ।