বিগত বছৰৰ দৰে এইবাৰো ব্ৰহ্মপুত্ৰ বাবালৈ মাজুলীৰ একাংশ লোকে আগবঢ়ালে ভোগ । ৩ বছৰে প্ৰচলিত এই ধৰ্মীয় ৰীতি-নীতিৰ আঁৰত কি আছে ?