গোৱালপাৰাৰ কৃষ্ণাই, বিদ্যাপাৰাত পুৱাৰে আৰম্ভ হৈছে বন বিভাগৰ উচ্ছেদ অভিযান । ৫০ খন এক্সকেভেটৰেৰে ১০৩৮ বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান ।