Surprise Me!

ঘৰৰ ভিতৰতেই প্ৰকাণ্ড গাঁত, খাৰুৱা তেল নিৰ্গত হোৱাক লৈ আতংক

2025-07-12 6 Dailymotion

পৰিয়াল এটাৰ লোকসকল উঠিছেহে মাথো । পুৱাই হ'ল এটা প্ৰকাণ্ড শব্দ । ইয়াৰ পিচতেই হোৰাহোৰে ওলাল খাৰুৱা তেল ।