‘আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল’; এই কথাষাৰ যেনে আখৰে আখৰে মিলিছে জোনাইৰ জলসিঞ্চন ব্যৱস্থাত ৷ জলসিঞ্চনৰ নামত ভেঁকো-ভাওনা ।