ট্রেডিং কেলেংকাৰীক লৈ উত্তাল নগাঁও । বুলছ আইজৰ প্ৰৱঞ্চনাৰ ন্যায় বিচাৰি জিলা আয়ুক্তৰ কাষ চাপিল শ শ বিনোযোগকাৰী ।