ভল্গাৰ পাৰৰ পৰা চাইকেলেৰে বৰলুইতৰ পাৰ পাইছেহি ৰাকেশ বণিক । তেওঁৰ এই যাত্ৰা সন্দৰ্ভত ইটিভি ভাৰতৰ সংবাদিক কুলগীতা খাউণ্ডৰ সৈতে বিশেষ সাক্ষাৎকাৰ ।