চৰকাৰৰ কথাবোৰ টিভিত চালে এনেকুৱা লাগে যেন গাঁৱৰ মানুহৰ কোনো সমস্যা নাই- বন্যাৰ্ত জনতাৰ মাজত উপস্থিত হৈ সাংসদ গৌৰৱ গগৈয়ে কৰিলে এই মন্তব্য ৷