Surprise Me!

কেমেৰা বাদ দি আমাৰ লগত কথা পাতক: মিত্ৰতা সন্দৰ্ভত কালৈ বাক্যবাণ নিক্ষেপ গৌৰৱ গগৈৰ ?

2025-07-15 1 Dailymotion

বুধবাৰে অসমলৈ আহিব লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু এই আই চি চিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে । তাৰবাৰে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে প্ৰদেশ কংগ্ৰেছে ।