ম্যানমাৰৰ ঘন অৰণ্যৰ মাজত শেষ হৈ গ'ল ৩০ বছৰীয়া এক সংগ্ৰাম । কলেজলৈ বুলি ওলাই যোৱা যুৱকজনক এদিনো নেদেখাকৈ পৰিয়ালে অনুষ্ঠিত কৰিছে ধৰ্মীয় কাম ।